Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
February 08, 2013
ইটোতকৈ সিটো চাৰ
ওজন জোখা মেচিন
ভিখাৰী:- অ’ দাদা, এটকা দিয়ক না, তিনি দিনৰ পৰা একো এটা খোৱা নাই
কলিতা:- তিনি দিনৰ পৰা একো খোৱা নাই যদি নো কি কৰিবি মাত্ৰ "এটকা" টোৰে হুঁ ?
ভিখাৰী: - [ মূৰটো কৰিম ] চান্দমাৰী ফাৰ্মাচীৰ আগত ওজন জোখা মেচিন এটা
আছে, তাতে এটকা টো ভৰাই দি যোৱা তিনি দিনত কিমান ওজন হ্ৰাস পালে চাম আক’
by Changmai
Subscribe to:
Posts (Atom)