বেঙেনা তেতিয়া প্ৰথম কাম বিচাৰি গুৱাহাটীলৈ গৈছিল ।
তাত গৈ চিটিবাছত উঠিল ।আগতে গুৱাহাটী যোৱা নাই গতিকে ঠাই বোৰৰ নামো বিশেষ নাজানে।বাছত তাৰ আগৰ চিটত ধুনীয়া ছোৱালী দুজনী বহি আছিল ।
বাছত যেতিয়া ভাৰা লবলৈ আহিল তেতিয়া বেঙেনাই মনতে ভাবিলে ছোৱালী দুজনী য়ে যি নাম কব সি তাতে নামি কাম বিচাৰিব। পকেটৰ পৰা ভাৰা পইচা উলিয়াই .........
প্ৰথম ছোৱালী -দাদা অনুৰাধা ।
দ্বিতীয় ছোৱালী -দাদা অস্পৰা।
আমাৰ বেঙেনাও কম টেলেন্টদ নে ছোৱালী কেইজনীয়ে নিজৰ নাম কোৱা বুলি ভাবি সিও বেচেৰাই পইছা হাতত দি কলে- "দাদা বেঙেনা" ।
তালৈ চাই ছোৱালীকেইজনীয়ে যিটোহে হাঁহি মাৰিছিল সেইটোৰ কথা এতিয়াও কেতিয়াবা চচাক কয় বুলি শুনিবলৈ পোৱা যায় ।
**(বেঙেনা হৈছে জিতুক জোকোৱা নাম)
By Nip Jyoti for Assamese Jokes (Gajari Dot Com)