Gajari: the Best of Indian Jokes: গুহেটীৰ চিটিবাছত বেঙেনা

March 31, 2017

গুহেটীৰ চিটিবাছত বেঙেনা

বেঙেনা তেতিয়া প্ৰথম কাম বিচাৰি গুৱাহাটীলৈ গৈছিল ।
তাত গৈ চিটিবাছত উঠিল ।আগতে গুৱাহাটী যোৱা নাই গতিকে ঠাই বোৰৰ নামো বিশেষ নাজানে।বাছত তাৰ আগৰ চিটত ধুনীয়া ছোৱালী দুজনী বহি আছিল ।
বাছত যেতিয়া ভাৰা লবলৈ আহিল তেতিয়া বেঙেনাই মনতে ভাবিলে ছোৱালী দুজনী য়ে যি নাম কব সি তাতে নামি কাম বিচাৰিব। পকেটৰ পৰা ভাৰা পইচা উলিয়াই .........

প্ৰথম ছোৱালী -দাদা অনুৰাধা ।
দ্বিতীয় ছোৱালী -দাদা অস্পৰা।

আমাৰ বেঙেনাও কম টেলেন্টদ নে ছোৱালী কেইজনীয়ে নিজৰ নাম কোৱা বুলি ভাবি সিও বেচেৰাই পইছা হাতত দি কলে-  "দাদা বেঙেনা" ।
তালৈ চাই ছোৱালীকেইজনীয়ে যিটোহে হাঁহি মাৰিছিল সেইটোৰ কথা এতিয়াও কেতিয়াবা চচাক কয় বুলি শুনিবলৈ পোৱা যায় ।

**(বেঙেনা হৈছে জিতুক জোকোৱা নাম)

By Nip Jyoti for Assamese Jokes (Gajari Dot Com)

8 comments:

  1. হিঃ হিঃ জমনি

    ReplyDelete
  2. এই কমেন্টৰ যোগেদি মোক ক্ষমা কৰা হবনে?

    ReplyDelete
  3. এই কমেন্টৰ যোগেদি মোক ক্ষমা কৰা হবনে?

    ReplyDelete
  4. যিটো উগ্ৰ মনোভাব লৈ বিতৰ্ক হৈছে facebook ত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ উচিত সময় নহয় যেন বোধ কৰিলোঁ।

    ReplyDelete
    Replies
    1. ভুল সকলোৰে হব পাৰে , আচল কথাটো হল উপলব্ধি । একো নাই বন্ধু হৈ যায় ।

      Delete
  5. Bhal likhise,Pohri bhal lagise,Agoloiyo likhi thakibo.
    Assam job r website -> www.jobinfoinghy.com

    ReplyDelete
  6. This comment has been removed by the author.

    ReplyDelete
  7. Hey , Nice Article ,Thank you for sharing,You can get Govt Job information here.

    ReplyDelete

Liked it? Please share with your friends.